UOSFPA SECRETARIAT (ৱচফা সম্পাদকীয়)

Regional Audit Council

A. Formation of the UOSFPA Regional Audit Council (UOSFPA ৰ আঞ্চলিক হিচাপ পৰিক্ষক পৰিষদ গঠণ প্ৰক্ৰিয়া):

  1. The council shall consist of a minimum of three members headed by the Secretary of the Board of Directors of the cooperative.এই পৰিষদত সমবায়ৰ সঞ্চালক মণ্ডলীৰ সম্পাদকৰ নেতৃত্বত নূন্যতম তিনিজন জন সদস্য থাকিব লাগিব।
  2. The cooperative regional secretaries will serve as members of this council.এই পৰিষদে সমবায় আঞ্চলিক সম্পাদকসকল সভ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

Zonal Audit Council

B. Formation of the UOSFPA Zonal Secretariat Council (UOSFPA ৰ ক্ষেত্ৰীয় সম্পাদকীয় পৰিষদ গঠণ প্ৰক্ৰিয়া):

  1. The council shall consist of a minimum of three members headed by the Secretary of the Board of Directors of the cooperative.এই পৰিষদত সমবায়ৰ সঞ্চালক মণ্ডলীৰ সম্পাদকৰ নেতৃত্বত নূন্যতম তিনিজন সদস্য থাকিব লাগিব।
  2. The cooperative zonal secretaries will serve as members of this council.এই পৰিষদে সমবায় ক্ষেত্ৰীয় সম্পাদকসকল সভ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

State Audit Council

C. Formation of the UOSFPA State Council (UOSFPA ৰ ৰাজ্যিক সম্পাদকীয় পৰিষদ গঠণ প্ৰক্ৰিয়া):

  1. The council shall consist of a minimum of five members headed by the President and Secretary of the Board of Directors of the cooperative.এই পৰিষদত সমবায়ৰ সঞ্চালক মণ্ডলীৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বত নূন্যতম পাঁচজন সদস্য থাকিব লাগিব।
  2. The council shall act as an member to consist of the advisors of the regional committees of the cooperatives, the project managers of the cooperatives, representatives of the organizations affiliated to the cooperatives and the officers nominated by the ranks of the cooperatives and investors shall act as advisors. এই পৰিষদত সমবায়ৰ ক্ষেত্ৰীয় কৰ্মৰ লগত জড়িত আঞ্চলিক কমিতিৰ উপদেষ্টা সকল, সমবায়ৰ প্ৰকল্প পৰিচালকসকল, সমবায়ৰ সতে জড়িত সংস্থাৰ প্ৰতিনিধিসকল সভ্য হিচাপে থাকি সমবায়ৰ পজ্ঞিয়কৰ দ্বাৰা মনোনিত বিষয়া আৰু বিনিয়োগকাৰী সকল উপদেষ্টা হিচাপে কাৰ্যকৰী হব।

    Click below link to know present councils of UOSFPA.