APPLICABLE DEPARTMENT ARE
INSTRUCTION (নিৰ্দেশনা):
For UOSFPA’s Micro-Processors
১) Process unit টোত প্ৰয়োজনীয় মূলধন ২০ লাখৰ অধিক হব নালাগিব। এই টকাৰ মূলধনতে মেচিন, কাৰেণ্ট, ঘৰ, কেছাঁপাত কিনা আৰু কেছাঁ সামগ্ৰী অন্তভূক্ত হব। The capital required in the process unit should not exceed Rs. 20 lakh. The capital will include machinery, electricity, houses, purchase of raw materials and raw materials.
২) Processor জন নিজে এজন প্ৰমানিকৃত জৈৱিক কৃষক হব লাগিব। যাতে তেওঁ কৃষকসকলৰ বাগিছা জৈৱিকলৈ ৰূপান্তৰ কৰোৱাবলৈ সম্পূৰ্ন আভাষ দিব পাৰে। The Processor must be a certified organic farmer himself. So that he can give a complete overview of how to convert the farmers’ gardens to organic.
৩) Processor জনে যিহেতু এবাৰ এই ৰাস্তা লোৱাৰ পাছত তেওঁৰ ফেক্টৰী সম্পূৰ্নৰূপে ব্যক্তিগত কৰন কৰিব নোৱাৰিব। সেয়েহে তেওঁ ইচ্চাকৃত সন্মতি থকাটো আৱশ্যক হব। যিহেতু ইয়াত চৰকাৰী ৰাজনীতি অথবা কূটনীতি চলাব নোৱাৰিব যি নেকি নটাৰী শপতনামাত উল্লেখ আছে। Since the processor cannot completely privatize his factory once he takes this path. Therefore, he will need to have voluntary consent. This is because there can be no government politics or diplomacy as mentioned in the notary affidavit.
৩) UOSFPA য়ে কাৰখানাৰ মূলধনক নিৰ্ধাৰিত মূলধন হিচাপে মূল মূলধনৰ কেৱল ৪৯% হিচাপেহে স্বীকৃতি দিব। The UOSFPA will recognize factory capital as designated capital only as 49% of the original capital.
৪) মূল মূলধনৰ বাকী ৫১% কৃষকৰ বুলি নিশ্চিত কৰিছে সমবায়ে। এই ক্ষেত্ৰত ব্যতিক্ৰম হলে সমবায়ে আইগত হস্তক্ষেপ কৰিব পাৰিব। এই ক্ষেত্ৰত নিৰ্ধাৰিত কৃষকসকলো দ্বায়বদ্ধ হব। The cooperative has confirmed that the remaining 51% of the original capital belongs to the farmers. In case of exceptions, the cooperative may intervene in the law. The designated farmers will also be held responsible in this regard.
৫) বজাৰৰ ক্ষেত্ৰত সেই একে নিয়মেই প্ৰযোজ্য হব। UOSFPA ই নিশ্চিত কৰা ব্যৱসায়িক ৪৯% অংশিদাৰিত্বৰে UOSFPA Processor ৰৰ Process Food ক ৫১% হিছাপে পৰিগণিত কৰিছে। The same rules apply to the market. UOSFPA has confirmed that Process Food is 51% of UOSFPA Processor with a 49% stake in the business.
৬) এই ক্ষেত্ৰত খাদ্যৰ নিৰ্ধাৰিত বজাৰৰ মূল্যৰ ৫১% বেপাৰীয়ে প্ৰক্ৰিয়াকাৰকক দিব লাগিব। In this case, the trader is required to pay 51% of the fixed market value of the food to the processor.
৭)প্ৰক্ৰিয়াকাৰকে বেপাৰীৰপৰা পোৱা ৫১% ক ১০০% হিচাপে লৈ ইয়াৰ ৫১% কৃষকৰ কেছাঁপাতৰ মূল্য নিধাৰনৰ ব্যৱস্থা UOSFPA ই কৰিছে। UOSFPA has arranged for the pricing of 51% of the farmers’ cassava leaves by taking 51% received by the processor from the trader as 100%.
৮) সমবায়ে প্ৰতি মাক্ৰ-ফেক্টৰীত তাৎক্ষনিক ৰাসায়নিক অৱশিষ্ট পৰিক্ষন কৰিব পৰাকৈ GREEN TEST KIT ৰাখিবলৈ কঠোৰ নিৰ্দেশনা ৰাখিছে। The cooperative has strict instructions to have a GREEN TEST KIT in every micro-factory to check immediate chemical residues.
৯) এই সকলোবোৰ কামৰ বিনিময়ত UOSFPA ই নিশ্চিতভাৱে ৩% উপকৰ হিচাপে ল’ব।UOSFPA will definitely charge a 3% cess in exchange for all these activities.