Reservation (সংৰক্ষণ)

Conservation criteria (সংৰক্ষনৰ মাপকাঠি):

The cooperative has set aside 7.5% of its annual business income for the welfare fund.
*12’5% of this fund has been held in reserve to assist expenses in critical times of the effective excutive member.
*1% of the welfare fund will be sent to the Department of Defense. In this case, 0’50% will be sent to the Department of Border Security and 0’50% to the Department of National Army through full constitutional process. সমবায়ে বছেৰেকীয়া সমবায়ৰ নিজা ব্যৱসায়িক আয়ৰ ৭’৫% কল্যান পুঁজি বাবদ আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰি ৰাখিছে।
*এই পুঁজিৰ ১২’৫% কাৰ্যকৰী সভ্যৰ জটিল সময়ত খৰচ সহায় কৰিবলৈ সংৰক্ষন ব্যৱস্থা ৰাখিছে।
*কল্যান পুঁজিৰ ১% দেশৰ সুৰক্ষা বিভাগলৈ প্ৰেৰণ কৰিব। এই ক্ষেত্ৰত ০’৫০% সীমা সুৰক্ষা বিভাগলৈ আৰু ০’৫০% ৰাষ্ট্ৰীয় সৈন্যবল বিভাগলৈ সম্পূৰ্ণ সাংবিধানিক প্ৰক্ৰীয়াৰে প্ৰেৰন কৰিব।