About UOSFPA (সমবায়খনৰ সবিশেষ)

UOSFPA is recognize state level with profitable cooperative society of Assam who protect economical interest of traditional cultivators and cultivation, organic farmers, organic processors, organic producers, organic farms and firms, organic market and organic consumers.  (সংযুক্ত জৈৱিক অসম এখন আয়ৰ সৈতে জড়িত অসম ৰাজ্যিক পয্যায়ৰ স্বীকৃতিপ্ৰাপ্ত সমবায় সমিতি। যি পৰম্পৰাগত কৃষক আৰু কৃষি, জৈৱিক কৃষক, জৈৱিক প্ৰক্ৰীয়াকাৰক, জৈৱিক উৎপাদক, জৈৱিক পাম আৰু প্ৰতিষ্ঠান, জৈৱিক বজাৰ আৰু গ্ৰাহক সকলৰ অৰ্থনৈতিক স্বাৰ্থ ৰক্ষাৰ বাবে কাম কৰে)।

UOSFPA always obliged to work build a CHEMICAL FREE HEALTHY ORGANIC ASSAM. (সংযুক্ত জৈৱিক অসমে সদায় ৰাসায়নমুক্ত স্বাস্থকৰ জৈৱিক অসম গঢ়িবলৈ কাম কৰিবলৈ বাধ্য)।

UOSFPA to work towards self-reliance of small organic farmers in Assam through sustainable agriculture, sustainable industry and efficient agribusiness. (সংযুক্ত জৈৱিক অসমে বহনক্ষম কৃষি,বহনক্ষম উদ্যোগ আৰু কাৰ্যকৰী কৃষি ব্যৱসায় যোগেদি অসমৰ ক্ষুদ্ৰ জৈৱিক কৃষকক স্ব-নিৰ্ভৰশীল হবলৈ কাম কৰিবলৈ)l

UOSFPA is obliged to continue working to save and safe the agricultural land of Assam for establishment of liberalism of smallholder farmers in Assam to produce and self-trade organic healthy food. (সংযুক্ত জৈৱিক অসমে অসমৰ ক্ষুদ্ৰ কৃষকৰ উদাৰবাদ প্ৰতিস্থাৰ বাবে অসমৰ কৃষিভূমি ৰক্ষা আৰু সংৰক্ষন কৰিবলৈ জৈৱিক স্বাস্থকৰ খাদ্য উৎপাদন আৰু স্ব-বেহা কৰিব পৰাকৈ কাম কৰি যাবলৈ বাধ্য)।

United Organic Assam is committed to working to present the agri-food produced by smallholder farmers of Assam to the world market through the Assamese Participatory Guarantee System. (সংযোক্ত জৈৱিক অসমে, অসমীয়া অংশগ্ৰহণমূলক নিশ্চিতকৰণ প্ৰণালীৰ মাধ্যমেৰে অসমৰ ক্ষুদ্ৰ কৃষকৰ দ্বাৰা উৎপাদিত কৃষি-খাদ্য বিশ্ব বজাৰ উপস্থাপনৰ বাবে কাম কৰিবলৈ সংকল্পবদ্ধ)।

The co-operative committed to increasing the demand for the conserving the local medicinal herbs grown through organic farming practices. (সমবায়ে জৈৱিক কৃষি অভ্যাসৰ জড়িয়তে থলোৱা বনৌষধিৰ চাহিদা বৃদ্ধি কৰি আৰু সেইবোৰ সংৰক্ষণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।)