Farmers Certification (কৃষকৰ প্ৰমানিকৰন)

কৃষকসকলে ঋতুগত কৃষিৰ হিচাপ ওপৰোক্ত টোকা অনুসৰি হিচাপ ৰাখিব পাৰিব।

কৃষকসকলে বছেৰেকীয়া হিচাপ পৰিক্ষনৰ টোকাখন ডাউনলোদ কৰি আঞ্চলিক হিচাপ পৰিক্ষকৰ যোগে পৰিক্ষন কৰোৱাই সভ্য অন্তভূক্ত কৰোৱা আৰু সভ্য নিয়মীয়া কৰন কৰি থাকিব।

কৃষক স্বৃকীতিৰ বাবে উপৰোক্ত নঠি ডাউনলোড কৰি নটাৰি শপতনামা কৰি মূল কপি সমিতিৰ সম্পাদকীয়লৈ প্ৰেৰন কৰিব লাগিব।