Financial Support (বিত্তীয় সহযোগীতা)

The cooperative wants to divide the financial cooperation in the field of project development and promotion of cooperative into three types. সমবায়ে সমবায়ৰ প্ৰকল্প উন্নয়ন আৰু প্ৰসাৰ ক্ষেত্ৰত বিত্তীয় সহযোগীতাক সমবায়ে তিনি প্ৰকাৰেৰে বিভাজন কৰিব বিচাৰিছে।

  • Grant (চৰকাৰৰ সহযোগীতা)।
  • Debt (ঋণ),
  • Equity (সদ-ইচ্চা),

Since UOSFPA. It has been registered under the Registrar of Co-operative Societies Assam so in the government aid sector, the Registrar of Co-operative Societies will proceed through Assam. The success or failure in this regard has been entrusted to the attention of the departmental authorities by the cooperative. Since the development of the department is the focus of the departmental authorities and assisting the agencies working for the development of the country, it refers to the attention of the local government towards the development of the local government. As and when the department is able to make successful edits to this task, the public will open this page for information. যিহেতু ইউ.ও.এছ.এফ.পি.এ. ই সমবায় সমিতিৰ পঞ্জীয়ক অসম অধিনত পজ্ঞিয়ন কৰিছে সেয়েহে চৰকাৰী সাহাৰ্য ক্ষেত্ৰত সমবায় সমিতিৰ পঞ্জীয়ক অসম যোগেদি আগবাঢ়িব। এই ক্ষেত্ৰত হবলগীয়া সফলতা অথবা বিফলতা সমবায়ে বিভাগীয় কৰ্তৃপক্ষৰ মনোযোগীতা ওপৰত ন্যস্ত কৰিছে। যিহেতু বিভাগৰ উন্নয়ন বিভাগীয় কতৃপক্ষৰ মনোযোগীতা আৰু দেশৰ উন্নয়নৰ হৈ কাম কৰা সংস্থাবিলাকক উন্নয়নত সহযোগ কৰাটো স্থানীয় চৰকাৰৰ উন্নয়নৰ প্ৰতি থকা মনোযোগীতাক বুজায়। যেতিয়াই বিভাগে এই কৰ্ম সফল সম্পাদনা কৰিবলৈ সক্ষম হব তেতিয়াই জনসাধাৰনে জানিব পৰাকৈ এই পৃষ্ঠা মূকলি কৰি দিব।

The cooperative has divided the loan into two parts, the first loan being the second investment. সমবায়ে ঋণক দুটা ভাগত বিভক্ত কৰিছে, প্ৰথমটো ঋণ দ্বিতীয়টো বিনিয়োগ।

The UOSFPA does not currently intend to borrow in its own project development and extension sector. As the members of the committee are still incomplete on commercial expansion. In such a case, there is a high possibility of confusion in repaying the loan. ইউ.ও.এছ.এফ.পি.এ. ই নিজা প্ৰকল্প উন্নয়ন ও প্ৰসাৰ ক্ষেত্ৰত বৰ্তমানে ঋণ লব বিচৰা নাই। যিহেতু সমিতিখনৰ সভ্যসকল বৰ্তমানেও বানিজ্যিক প্ৰসাৰতা ওপৰত অসম্পূৰ্ন। এনে ক্ষেত্ৰত ঋণ ললে পৰিশোধ কৰোতে বিশংগতি হোৱাৰ সম্ভাবনা বেচি।

The original civilization of the UOSFPA is in its infancy. The civilized are just strugglers of practical success. In such a case, this civilization is ambitious. Due to which the real income of the committee in the diplomatic partnership of rich investors is more likely to fail. So UOSFPA does not currently want to work with rich investors. ইউ.ও.এছ.এফ.পি.এ. ৰ মূল সভ্যতা যিহেতু চালুকীয়া অৱস্থাতে আছে। সভ্যসকল যিহেতু ব্যৱহাৰিক সফলতাৰ সংগ্ৰামীহে মাথোন। এনেক্ষেত্ৰত এই সভ্যতা উচ্চাকাংশী। যাৰবাবে ধনী বিনিয়োগকাৰীৰ কূটনৈতিক অংশীদাৰীত্বত সমিতিখনৰ প্ৰকৃত উৰ্দেশ্য বিফল হোৱাৰ সম্ভাবনা বেছি। সেয়েহে ইউ.ও.এছ.এফ.পি.এ. ই বৰ্তমানে ধনী বিনিয়োগকাৰী সতে কাম কৰিব বিচৰা নাই।

The cooperative has arranged a version of the members’ conference called Hand-Axes. Through which members will participate in good faith to establish equality and liberalism. This will gradually form a strong large capital. It will be far removed from politics, diplomacy, religious politics and communalism following the constitutional ideals. সমবায়ে হেণ্ড-এস্ক নামেৰে এটা সংস্কৰন সভ্য সন্মিলন ব্যৱস্থা কৰিছে। যাৰ মাধ্যমেৰে সভ্যসকলে সদ-ইচ্চাৰে অংশীদাৰিত্ব লৈ সমতা আৰু উদাৰবাদ প্ৰতিস্থা কৰিব। যি ক্ৰমান্নয়ে এটা শক্তিশালী বৃহৎ পুজি গঠণ হব। যি সংবিধানিক আদৰ্শ মানি ৰাজনীতি, কুটনীতি, ধৰ্মনীতি আৰু সাম্প্ৰদায়ীকতাবাদৰ বহু দুৰৈত হব।