Farmer recognition system কৃষক স্বীকৃতি পদ্ধতি:
- A farmer interested in organic farming should fill up Application No. 1 of the cooperative and send it to the secretary of the cooperative along with all the sticks and membership fee deposit receipts. Get details on this process https://organicassamcongress.in/agriculture-. এজন জৈৱিক কৃষিৰ বাবে আগ্ৰহী কৃষকে সমবায়ৰ ১নং আবেদনখন পুৰাই সকলো নঠি আৰু সভ্য মাচুল জমা ৰচিদসহ সমবায়ৰ সম্পাদকীয়লৈ প্ৰেৰন কৰিব। এই প্ৰক্ৰীয়াৰ সবিশেষ https://organicassamcongress.in/agriculture- পাব।
- Upon receipt of this application, the Secretary shall have the authenticity of the applicant verified internally through the Regional Auditor as per the rules of the cooperative. The Editorial shall include the applicant’s veracity report in the internal control system of the cooperative. এই আবেদন পোৱাৰ পাছত সম্পাদকীয়ই আবেদনকাৰীৰ সত্যতা আভ্যন্তৰীনভাবে সমবায়ৰ বিধিমতে আঞ্চলিক হিচাপ পৰিক্ষকৰ যোগে পৰিক্ষন কৰোৱাব। আবেদনকাৰীৰ সত্যতাৰ প্ৰতিবেদন মৰ্মে সম্পাদকীয়ই সমবায়ৰ আভ্যন্তৰীন নিয়ন্ত্ৰন ব্যৱস্থাত অন্তভূক্ত কৰিব।
Conditions of Inspection (পৰিদৰ্শনৰ চৰ্তসমূহ):
- Are the crops along the field organic? If what is the inorganic boundary spacing. In this case, it should not be less than 1’5 meters. There shall be a natural hedge around the boundary. This hedge should be a minimum of 7 feet high and thick. খেতিডৰাৰ কাষৰ খেতিবোৰ জৈৱিক নে? যদিহে অজৈৱিক সীমাৰ ব্যাবধান কিমান। এই ক্ষেত্ৰত ১’৫ মিটাৰ কম হলে নহব। সীমাৰ চাৰিওফালে প্ৰাকৃতিক হেজ থাকিব লাগিব। এই হেজ নুন্যতম ৭ ফুট উচ্চতাৰ হোৱাৰ লগতে ডাঠ ঘণ হব লাগিব।
- There should be a slope around the boundary to prevent outside water from entering. If there is a drain in the boundary and field, it should not be connected to other nearby fields. সীমাৰ চাৰিওফালে ঢাপ হব লাগে যাতে বাহিৰৰ পানী সোমাব নোৱাৰে। যদিহে সীমা আৰু খেতিডৰাত নলা আছে আন ওচৰৰ খেতি পথাৰৰ সতে সংযোগী হব নালাগে।
- Monitoring topics/UOA/21-20/ICS-C/14-11-2021 issues must be complied with নিৰীক্ষণ বিষয়সমূহ মানি পৰিক্ষন কৰিব লাগিবl
- The inspector will collect soil, water and crop samples from the field following the sampling rules.পৰিদৰ্শকজনে নমুনা সংগ্ৰহৰ নিয়ম মানি খেতিডৰাৰপৰা মাটি, পানী আৰুু ফচলৰ নমুনা সংগ্ৰহ কৰিব।
- As mentioned in the farmer’s diary, he will check all the letters and data for accuracy and write all the details in his comments. কৃষক ডাইৰীত উল্লেখ কৰামতে সকলো নঠি পত্ৰ আৰু ডেটা সঠিক হয়নে নহয় পৰিক্ষন কৰি তেখেতৰ মন্তব্যত সকলো বিতং লিখিব।
- The collected samples shall be sent to the cooperative’s own or associated NABL laboratory within 3 days of collection.সংগ্ৰহৃত নমুনা সমুহ সমবায়ৰ নিজা অথবা সহযোগী NABL পৰিক্ষাগাৰলৈ সংগ্ৰহৰ ৩ দিনৰ ভিতৰত পঠিয়াব লাগিব।
- All the conditions of the inspection shall be completed and sent to the Quality Management Department of the Committee within 7 days. পৰিদৰ্শনৰ সকলো চৰ্তৰ কাম সম্পুৰ্ন কৰি সমিতিৰ গুণমান পৰিচালক বিভাগলৈ ৭ দিনৰ ভিতৰত প্ৰেৰন কৰিব লাগিব।
Conditions of testing (পৰিক্ষনৰ চৰ্তসমুহ):
- After submission of the inspector’s report and collection of the sample inspection report, all the rods shall be inspected and sent to the Secretary of the Cooperative for confirmation of certification within 7 days.পৰিদৰ্শকৰ প্ৰতিবেদন জমা হোৱাৰ পিছত আৰু নমুনা পৰিদৰ্শনৰ প্ৰতিবেদন সংগ্ৰহ কৰাৰ পিছত ৭ দিনৰ ভিতৰত সকলো নঠি পৰিক্ষন কৰি সমবায়ৰ সচিবলৈ প্ৰমাণপত্ৰ নিশ্চিত কৰাৰ বাবে প্ৰেৰণ কৰিব লাগিব।
- The secretary of the cooperative shall include the auditor’s report in the internal control system of the cooperative within 15 days. সমবায়ৰ সম্পাদকীয়ই পৰিক্ষকৰ প্ৰতিবেদনৰ মৰ্মে ১৫ দিনৰ ভিতৰত সমবায়ৰ অভ্যন্তৰীন নিয়ন্ত্ৰন ব্যৱস্থাত অন্তভূক্ত কৰিব।