ORGANIC INDUSTRIAL PRODUCT OPERATING SYSTEM PLAN, জৈৱিক শিল্প সামগ্ৰীৰ পৰিচালনা ব্যৱস্থাৰ পৰিকল্পনা

  • An organic farmer he is for himself and a lead farmer interested in organic farming he can partner with the cooperative as a processor. এজন জৈৱিক কৃষক তেওঁ নিজৰ বাবে আৰু এজন জৈৱিক কৃষিৰ বাবে আগ্ৰহী নেতৃস্থানীয় কৃষক তেওঁ সমবায়ৰ সতে প্ৰক্ৰীয়াকাৰক হিচাপে অংশীদাৰ হব পাৰিব।
  • The farmer who wishes to comply with the by-laws of the cooperative shall fill up the cooperative form No. 2 and become a partner of the cooperative as per the rules.সমবায়ৰ উপবিধি মানি ইচ্চুক কৃষকজনে সমবায়ৰ ফৰ্ম ২নং পুৰাই বিধিমতে সমবায়ৰ অংশীদাৰ হব।
  • On the application of the applicant, the inspector will conduct a preliminary inspection of the potential factory site of the processor and recommend that the processor comply with all the rules of the cooperative and apply for permission to set up the factory. আবেদনকাৰীৰ আবেদন মৰ্মে পৰিদৰ্শকে প্ৰক্ৰীয়াকাৰকজনৰ সম্ভাব্য কাৰখানাৰ ঠাই প্ৰাথমিক পৰিদৰ্শন কৰি সমবায়ৰ সকলো বিধি মানি আৰু কাৰখানা বহাবলৈ অনুমতি বিচাৰি আবেদন কৰিবলৈ পৰামৰ্শ দিব।
  • Within 15 days of receipt of the application, the Quality Inspector will inspect all the sticks and send the NOC to the Inspector. আবেদন পোৱাৰ ১৫ দিনৰ ভিতৰত গুণগত পৰিক্ষকে সকলো নঠি পৰিক্ষন কৰি পৰিদৰ্শকলৈ NOC প্ৰেৰন কৰিব।
  • The NOC will be sent to the applicant by the Inspector within 7 days উক্ত NOC পৰিদৰ্শকে ৭দিনৰ ভিতৰত আবেদনকাৰীলৈ প্ৰেৰন কৰিব
  • In this case, the inspector can only validate the quotation of the manufacturer of the machine and the machine of the company contracted with the cooperative. এই ক্ষেত্ৰত পৰিক্ষকে সমবায়ৰ সৈতে চুক্তিবদ্ধ হোৱা মেচিনৰ উৎভাৱক আৰু কোম্পানীৰ মেচিনৰ উদ্ধৃতিৰ হে মান্যতা দিব পাৰিব।
  • After receipt of NOC, the factory will be established in three phases for a total of 1’5 years. This period may be extended as the case may be .NOC পোৱাৰ পাছত তিনিটা স্তৰত মূঠ ১’৫ বছৰত কাৰখানা প্ৰতিস্থা কাৰ্য সম্পাদন কৰিব। পৰিস্থিতি সাপেক্ষে এই ম্যাদ বঢ়াব পাৰিব।
  • All the works of setting up the factory shall be completed, the inspection shall be signed by the inspector, the inspection report shall be collected from the inspector and the application with fees shall be submitted to the Secretary of the Cooperative seeking CPMCO. ফেক্টৰী বহুৱাৰ সকলো কাম সম্পাদন কৰি পৰিদৰ্শকৰ দ্বাৰা পৰিদৰ্শন স্বাক্ষৰ কৰোৱাই পৰিক্ষকৰ পৰা পৰিক্ষন প্ৰতিবেদন সংগ্ৰহকৰি CPMCO বিচাৰি সমবায়ৰ সম্পাদকীয়ক ফিজসহ আবেদন জমা কৰিব লাগিব।
  • Once everything is correct, the Secretary will have it inspected by the local FSSAI inspector and if everything is correct, it will be included in the internal control system of the cooperative and the CPMCO will be completed.
  • সকলোখিনি সঠিক হোৱাৰ পাছত সম্পাদকীয়ই স্থানীয় FSSAI পৰিদৰ্শকৰ দ্বাৰা পৰিদৰ্শন কৰোৱাই সকলো সঠিক হলে সমবায়ৰ আভ্যন্তৰীন নিয়ন্ত্ৰন ব্যৱস্থাত অন্তভূক্ত কৰোৱাই CPMCO সম্পন্ন কৰিব।
  • After submission of the farm diary with fees, the inspector shall inspect the farm or factory according to the previous records and the present diary and send all the records to the inspector as per the order of the Secretary. মাছুলসহ ফাৰ্ম ডাইৰী জমা কৰাৰ পাছত সম্পাদকীয়ৰ আদেশ মৰ্মে পৰিদৰ্শকে ফাৰ্মখন অথবা ফেক্টৰীৰ পূৰ্বৰ নঠিমতে আৰু বৰ্তমানৰ ডাইৰীমতে সকলো পৰিদৰ্শন কৰি সকলো নঠি পৰিক্ষকলৈ প্ৰেৰন কৰিব।
  • The quality manager will properly examine all the sticks and government taxes and cooperative cess and send them to the secretariat. পৰিক্ষকে সকলো নঠি আৰু চৰকাৰী কৰ আৰু সমবায়ৰ উপকৰ সঠিক পৰিক্ষন কৰি সম্পাদকীয়লৈ প্ৰেৰন কৰিব।
  • On the basis of the quality manager’s report, the Secretary shall include the farm or factory in the internal control system of the cooperative. পৰিক্ষকৰ প্ৰতিবেদন মৰ্মে সম্পাদকীয়ই ফাৰ্মখন অথবা ফেক্টৰীটো সমবায়ৰ আভ্যন্তৰিন নিয়ন্ত্ৰন ব্যৱস্থাত অন্তভূক্ত কৰিব।