Standard Operating Procedure (মানক সঞ্চালনা পদ্ধতি)

UOSFPA covers all farmers, producers, traders and workers recognized by UOSFPA as members. UOSFPA ৰ দ্বাৰা স্বীকৃতি দিয়া সকলো কৃষক, উৎপাদক, বেপাৰী আৰু কৰ্মকৰ্তাসকলক UOSFPA ই সভ্য হিচাপে সামৰি লৈছে।

UOSFPA is committed to always following its own organizational guidelines when working with similar organizations at the State, National and International levels in its field expansion. UOSFPA ই নিজ ক্ষেত্ৰীয় প্ৰসাৰৰ ক্ষেত্ৰত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ একে সামজঞ্চ থকা সংস্থাৰ সতে কাম কৰিবলৈ যাওতে সদায় নিজা সাংগঠনিক নিৰ্দেশনা মানিহে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

Article 5 of the Registered By-Laws of the Cooperatives contains a brief overview of the eligibility for membership, Article 4 of the powers of participation and Articles 3 and 22 of the duties. সমবায়ৰ পজ্ঞিকৃত উপবিধিৰ ৫নং অনুচ্চেদত সভ্য অন্তভূক্তিৰ অৰ্হতা আৰু ৪নং অনুচ্চেদত অংশিদাৰিত্ব অৰ্থাৎ ক্ষমতা আৰু ৩ নং তথা ২২ নং অনুচ্চেদত কৰ্তব্যৰ ওপৰত চমু আভাষ সন্নিবিষ্ট কৰা হৈছে।

Some methods have been developed for the recognition and promotion of agriculture, industry and commerce covering all these aspects. এই সকলোবিলাক দিশ সামৰি কৃষি, উদ্যোগ আৰু বানিজ্য স্বীকৃতি আৰু প্ৰসাৰৰ হেতু কিছু পদ্ধতি প্ৰস্তুত কৰিছে।

  1. The cooperative has two types of guidelines through its internal control system for its member recognition. সমবায়ে নিজা সভ্য স্বীকৃতিৰ বাবে নিজা অভ্যন্তৰিন নিয়ন্ত্ৰন পদ্ধতি মাজেৰে দুই ধৰনৰ নিৰ্দেশনা ৰাখিছে।
  2. The first is the Confidential Information Authority which will regulate the quality control of the members product. The second is, the Commercial Product Marketing Control Authority which will the quality management of food. প্ৰথমটো হ’ল, গোপনীয় তথ্য কৰ্তৃপক্ষ যি সভ্যসকলৰ উৎপাদনৰ গুণগত মানক নিয়ন্ত্ৰন কৰিব। দ্বিতীয়টো হ’ল, বাণিজ্যিক সামগ্ৰী বিপণন নিয়ন্ত্ৰণ কৰ্তৃপক্ষ যি খাদ্যৰ গুণগত মানক পৰিচালনা কৰিব।
  3. These two authorities have been transferred to two types of guidelines for cooperative legalization. For the first directive, the Confidential Information Authority, the members will be liable to the Judiciary of the country along with the cooperatives by self declaration notarial affidavit. That they do not destroy their own and the organization’s reputation by adulteration. Secondly, for the Commercial Product Marketing Control Authority, the members will audit the annual accounts in two ways. Farmers dairy as farmers and processors, traders, organizations will prepare farm dairy and have seasonal annual accounts audited by the UOSFPA. এই দুটা কৰ্তৃপক্ষক সমবায় বৈধকৰণৰ বাবে দুবিধ নিৰ্দেশনালৈ হস্তান্তৰ কৰিছে। প্ৰথমটো নিৰ্দেশনা অৰ্থাৎ গোপন তথ্য কৰ্তৃপক্ষৰ বাবে সভ্যসকলে স্ব-ঘোষনা নটাৰী শপতনামাৰ যোগে সমবায়ৰ সতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত দ্বায়বদ্ধ হব। যে তেওঁলোকে ভেজালীকৰন কৰি নিজ তথা সংগঠনৰ মৰ্যদা ধংস নকৰে।দ্বিতীয়টো অৰ্থাৎ বানিজ্যিক সামগ্ৰী বিপনন নিয়ন্ত্ৰন কৰ্তৃপক্ষৰ বাবে সভ্যসকলে দুই ধৰনেৰে বছেৰেকীয়া হিচাপ পৰিক্ষণ কৰোৱাব। কৃষক হিচাপে কৃষকসকলৰ ডায়িৰী আৰু প্ৰক্ৰিয়া কাৰক, বেপাৰী, সংস্থা বিলাকে পাম ডায়িৰী প্ৰস্তুত কৰি সমবায়ৰ ওচৰত ঋতুগত বছেৰেকীয়া হিচাপ পৰিক্ষন কৰোৱাব।

FARMERS & AGRICULTURE

According to the registered by-laws of the cooperative, if a farmer wishes to become a member of UOSFPA voluntarily, he must first fill up Form No. 1 and send it by post to the head office of the cooperative along with the not returnable membership fee deposit receipt. After receipt of this stick, the cooperative will conduct internal inspection within three months to verify the validity of the membership and connect for shareholders and self-declaration letter on behalf of the district committee. The self-declaration and shareholders completed in due course will recognize the validity of the farmer. সমবায়ৰ পজ্ঞিকৃত উপবিধিৰ মতে এজন কৃষকে সম্পূৰ্ন নিজা ইচ্চাৰে UOSFPA ৰ সভ্য হব বিচাৰিলে প্ৰথমে ১নং ফৰ্মখন পুৰাই আৱশ্যকীয় নঠি গাঠি ঘূৰাই দিব নোৱাৰা সভ্য মাচুল জমা ৰচিদসহ সমবায়ৰ মূখ্য কাৰ্যালয়লৈ ডাকযোগে প্ৰেৰন কৰিব। এই নঠি সমবায়ে পোৱাৰ পাছত তিনিমাহৰ ভিতৰত অভ্যন্তৰিন পৰিক্ষন কৰি সভ্যৰ বৈধ্যতা স্বীকাৰ কৰিবলৈ জিলা কমিতিৰ ফালৰপৰা অংশীদাৰ হোৱা আৰু আত্ম ঘোষনা পত্ৰৰ বাবে সংযোগ কৰিব। যথোচিত সময়ত সমাপন কৰা আত্ম ঘোষনা পত্ৰ আৰু অংশীদাৰীত্বই কৃষকজনৰ বৈধ্যতা স্বীকৃতি পাব।

  1. Farmers Farmers in their respective agricultural sector development areas will meet and hold farmers’ meetings at least twice a year before planting and after harvesting the previous crop. কৃষকসকলে নিজ নিজ কৃষি খণ্ড উন্নয়ন এলেকাৰ কৃষকসকল মিলিত হৈ ফচল লগোৱাৰ আগত আৰু পূৰ্বৰ ফচল চপোৱাৰ পিছত বছৰত কমেও দুবাৰ মিলিত হৈ কৃষক সভা আয়োজন কৰিব।
  2. Fill up your farmer’s diary before holding this meeting. The meeting will be attended by at least two members of the District Committee and the diary of all the farmers will be submitted including field inspection fees. Two members of the District Committee will examine the diaries and submit them to the District Secretary. The District Secretary shall prepare the validity script of all diaries on the basis of field inspection notes of the farmers and prepare the report to the Central Secretariat and send it by post including renewal membership fees within 15 days and renew the certification of membership on the website of the cooperative. এই সভা আয়োজন কৰাৰ আগত নিজা কৃষক ডাইৰী পুৰাই আনিব। উক্ত সভাত জিলা সমিতিৰ নুন্যতম দুজন সভ্য উপস্থিত থাকি সকলো কৃষকৰ ডাইৰী সমুহ ক্ষেত্ৰীয় পৰিক্ষনৰ মাছুলসহ জমা লৱ। জিলা কমিতিৰ দুই সভ্যই ডাইৰীসমুহ ক্ষেত্ৰীয় পৰিক্ষন কৰি জিলা সম্পাদকক জমা দিব। জিলা সম্পাদকে সকলো ডাইৰী ক্ষেত্ৰীয় পৰিক্ষন টোকা ভিত্তিত কৃষকৰ বৈধ্যতা লিপি প্ৰস্তুত কৰি কেন্দীয় সম্পাদকীয়লৈ প্ৰতিবেদন প্ৰস্তুত কৰি ১৫ দিনৰ ভিতৰত সভ্যসকলৰ বছেৰেকীয়া মাছুলসহ ডাকযোগে প্ৰেৰন কৰিব আৰু সমবায়ৰ website অত সভ্যৰ প্ৰমানিকৰন প্ৰস্তুত অথবা পুণৰাবিত্তি কৰিব।

PROCESSORS & INDUSTRY

According to the registered by-laws of the cooperative, if a farmer processors wishes to become a member of UOSFPA voluntarily, he must first fill up Form No. 2 and send it by post to the head office of the cooperative along with the not returnable membership fee deposit receipt. After receipt of this stick, the cooperative will conduct internal inspection within three months to verify the validity of the membership and connect for shareholders and self-declaration letter on behalf of the zonal committee. The self-declaration and shareholders completed in due course will recognize the validity of the farmer processors. সমবায়ৰ পজ্ঞিকৃত উপবিধিৰ মতে এজন কৃষক উৎপাদকে সম্পূৰ্ন নিজা ইচ্চাৰে UOSFPA ৰ সভ্য হব বিচাৰিলে প্ৰথমে ২নং ফৰ্মখন পুৰাই আৱশ্যকীয় নঠি গাঠি ঘূৰাই দিব নোৱাৰা সভ্য মাচুল জমা ৰচিদসহ সমবায়ৰ মূখ্য কাৰ্যালয়লৈ ডাকযোগে প্ৰেৰন কৰিব। এই নঠি সমবায়ে পোৱাৰ পাছত তিনিমাহৰ ভিতৰত অভ্যন্তৰিন পৰিক্ষন কৰি সভ্যৰ বৈধ্যতা স্বীকাৰ কৰিবলৈ ক্ষেত্ৰীয় কমিতিৰ ফালৰপৰা অংশীদাৰ হোৱা আৰু আত্ম ঘোষনা পত্ৰৰ বাবে সংযোগ কৰিব। যথোচিত সময়ত সমাপন কৰা আত্ম ঘোষনা পত্ৰ আৰু অংশীদাৰীত্বই কৃষক-উৎপাদক জনৰ বৈধ্যতা স্বীকৃতি পাব।

  1. Farmers processors in their respective district areas will meet and hold industrialist meetings at least once in a year before harvesting the previous crop. কৃষক-প্ৰক্ৰীয়াকাৰক সকলে নিজ নিজ জিলাৰ প্ৰক্ৰীয়াকাৰকসকল মিলিত হৈ পূৰ্বৰ ফচল চপোৱাৰ আগত বছৰত কমেও এবাৰ মিলিত হৈ উদ্যোগিক উন্নয়ন সভা আয়োজন কৰিব।
  2. Fill up your farm’s diary before holding this meeting. The meeting will be attended by at least two members of the Zonal Committee and the diary of all the processors will be submitted including field inspection fees. Two members of the Zonal Committee will examine the diaries and submit them to the Zonal Secretary. The Zonal Secretary shall prepare the validity script of all diaries on the basis of field inspection notes of the farmer-processors and prepare the report to the Central Secretariat and send it by post including renewal membership fees within 15 days and renew the certification of membership on the website of the cooperative. এই সভা আয়োজন কৰাৰ আগত নিজা পাম ডাইৰী পুৰাই আনিব। উক্ত সভাত ক্ষেত্ৰীয় সমিতিৰ নুন্যতম দুজন সভ্য উপস্থিত থাকি সকলো পাম ডাইৰী সমুহ ক্ষেত্ৰীয় পৰিক্ষনৰ মাচুলসহ জমা লৱ। ক্ষেত্ৰীয় কমিতিৰ দুই সভ্যই ডাইৰীসমুহ পৰিক্ষন কৰি ক্ষেত্ৰীয় সম্পাদকক জমা দিব। ক্ষেত্ৰীয় সম্পাদকে সকলো ডাইৰী ক্ষেত্ৰীয় পৰিক্ষন টোকা ভিত্তিত প্ৰক্ৰীয়াকাৰকৰ বৈধ্যতা লিপি প্ৰস্তুত কৰি কেন্দীয় সম্পাদকীয়লৈ প্ৰতিবেদন প্ৰস্তুত কৰি ১৫ দিনৰ ভিতৰত সভ্যসকলৰ বছেৰেকীয়া মাছুলসহ ডাকযোগে প্ৰেৰন কৰিব আৰু সমবায়ৰ website অত সভ্যৰ প্ৰমানিকৰন প্ৰস্তুত অথবা পুণৰাবিত্ত্বি কৰিব।

FOOD & COMMERCE

According to the registered by-laws of the cooperative, if a traders and organization wishes to become a member of UOSFPA voluntarily, he must first fill up Form No. 3-4 and send it by post to the head office of the cooperative along with the not returnable membership fee deposit receipt. After receipt of this stick, the cooperative will conduct internal inspection within three months to verify the validity of the membership and connect for shareholders and self-declaration letter or MOU on behalf of the state committee. The self-declaration or MOU and shareholders completed in due course will recognize the validity of the traders and organization. সমবায়ৰ পজ্ঞিকৃত উপবিধিৰ মতে এজন বেপাৰী বা বেপাৰী সংগঠণে আৰু একে সামজঞ্চ সংস্থাই সম্পূৰ্ন নিজা ইচ্চাৰে UOSFPA ৰ সভ্য হব বিচাৰিলে প্ৰথমে ৩-৪ নং ফৰ্মখন পুৰাই আৱশ্যকীয় নঠি গাঠি ঘূৰাই দিব নোৱাৰা সভ্য মাচুল জমা ৰচিদসহ সমবায়ৰ মূখ্য কাৰ্যালয়লৈ ডাকযোগে প্ৰেৰন কৰিব। এই নঠি সমবায়ে পোৱাৰ পাছত তিনিমাহৰ ভিতৰত অভ্যন্তৰিন ক্ষেত্ৰীয় পৰিক্ষন কৰি সভ্যৰ বৈধ্যতা স্বীকাৰ কৰিবলৈ ৰাজ্যিক কমিতিৰ ফালৰপৰা অংশীদাৰ হোৱা আৰু আত্ম ঘোষনা পত্ৰ বা এম ঔ ইউ ৰ বাবে সংযোগ কৰিব। যথোচিত সময়ত সমাপন কৰা আত্ম ঘোষনা পত্ৰ বা এম ঔ ইউ আৰু অংশীদাৰীত্বই বেপাৰী আৰু সংস্থাটোৰ বৈধ্যতা স্বীকৃতি পাব।

To be continue, not active now this side. এই ব্যৱস্থাপনাৰ কাম কৰি থকা হৈছে। যেতিয়া ক্ষেত্ৰীয়ভাবে পযোজ্য হব তেতিয়া upload কৰা হব।